Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Partner.house

AdCash banner

Auto Tag Ad Cash

Slider Menu

Slider Menu

Slider Automatic

About us / Tearms and Conditions

 


Good Assam is an Assamese Daily E-magazineand ans Digital News Portal.


 Starting Date : January 5, 2024



'গুড অসম এখনি ই -আলোচনী আৰু অসমীয়া সংবাদ চেনেল। 

আৰম্ভণি : ৫ জানুৱাৰী ২০২৪


Enjoy every day Assamese, Hindi, English news , stories, novels, poems, articles on various topics, job news, health discussions, food and much more. ( Now Available on Hindi and English Language Translator . )


প্ৰতিদিনে আপুনি উপভোগ কৰিবলৈ পাব - অসমীয়া , ইংৰাজী আৰু হিন্দী খবৰ , গল্প-উপন্যাস, কবিতা, ভিন্ন লিখনি, নিয়োগ বাৰ্তা, স্বাস্থ্য ,খাদ্য আৰু বহুতো। 

(বৰ্তমান হিন্দী আৰু ইংৰাজীতো পঢ়িব পৰা সুবিধা প্ৰদান কৰা হৈছে )। 


You can send us various articles, news , entertainment videos. Please contact us

আপুনি আমালৈ বিভিন্ন লিখনি, বাতৰি , মনোৰঞ্জনৰ ভিডিঅ' পঠিয়াব পাৰে । আমাক যোগাযোগ কৰক ।



গুৰুত্বপূৰ্ণ লিখনি বা বাতৰি সমূহ ৰাইজৰ মাজলৈ লৈ আহি এক সজাগতাৰ সৃষ্টি কৰা আৰু ইন্টাৰনেটত অসমীয়া ভাষাক সমৃদ্ধিশালী কৰাই আমাৰ লক্ষ্য। আপোনাৰো লিখনি বা ভিডিঅ' ইয়াত প্ৰকাশ পাব পাৰে, কাৰণ আপোনাৰ লিখনিৰ জৰিয়তে এই সমাজত এক জ্ঞানৰ সঞ্চাৰ আৰু অন্ধকাৰ দূৰ কৰিব পাৰে। 

বিভিন্ন উৎসৰ পৰা কিছুমান লিখনিৰ বাবে Copyright নীতি অনুসৰি মূল উৎসৰ বা লিখকৰ নাম আমি প্ৰকাশ কৰিছো । ইয়াৰ বাবে আমি সদায় ঋণী হৈ থাকিম। 

আমাৰ দ্বাৰা প্ৰকাশিত প্ৰতিটো লিখনি বা ভিডিঅ'ত "By Good Assam" বুলি থাকে নাইবা আমাৰ দ্বাৰা প্ৰকাশিত লিখনি সমূহৰ মুখ্য ফটো খনত  গুড অসমৰ Logo থাকে। গুড অসমত ১০০% সঠিক আৰু শুদ্ধ লিখনি প্ৰকাশ কৰা হয়।


 শেষত কিবা ভুল দৃষ্টিগোচৰ হ'লে আমাৰ ফেচবুক পেজ নাইবা ই-মেইলৰ জৰিয়তে যোগাযোগ কৰে যেন । 

ধন্যবাদ - সৃষ্টিকৰ্তা আৰু সম্পাদক 




Our goal is to create an awareness and enrich the Assamese language on the Internet by bringing important articles or news to the public.  

Your writings or videos are published here because your writings or videos ( news , health etc.) can instill knowledge and dispel darkness in this society.  

For some articles from various sources, we have published the name of the original source or author in accordance with the copyright policy.  We will always be indebted for this. 

Every article or video we publish has the words "By Good Assam" or the main photo of the articles we publish has the Good Assam Logo.

Good Assam publishes 100% accurate and correct articles.

 Finally, if you notice any mistakes, please contact us via our Facebook page or e-mail.  thank you

- Creator & Editor 



Contact us : Facebook Page or

 Email ID: goodassam@hotmail.com



২০২৪ - ২০২৫ কপিৰাইট নীতিই-আলোচনীত প্ৰকাশ পোৱা লিখনি বা ভিডিঅ'সমূহ কপিৰাইট নীতি অনুসৰি সকলো অধিকাৰ সংৰক্ষিত।

2024-2025 Copyright PolicyArticles or videos published in the e-magazine are subject to the Copyright Policy and all rights are reserved.




Disclaimer  :-


Good Assam is not responsible for or controls the Assamese news videos posted on Facebook. Journalists' own news. So we have not used logos.

Good Assam does not host any Music , Movies & Live tv link files, it merely links to 3rd party services. Legal issues should be taken up with the file hosts and providers. These music, movies, live tv and facebook Page news videos are shown or played from other third parties.


Post a Comment

3 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. e magazine khan porhi bor val pao

    ReplyDelete
  2. magazine khan porhi bohut val lage. dirghayu kamona korilu.

    ReplyDelete